প্ৰিয় ৱিকি সতীৰ্থ,
অহা ২৮ জানুৱাৰী, দেওবাৰে নতুন বছৰৰ প্ৰথমখন অনলাইন ৱিকিসভাত আপোনালোক সকলোকে লগ পাম বুলি আশা কৰিছোঁ। এইমাহৰ বিশেষ আকৰ্ষণ:
- শিক্ষানুষ্ঠানত ৱিকিৰ প্ৰসাৰৰ বাবে চেণ্টাৰ ফৰ ইণ্টাৰনেট এণ্ড ছ'ছাইটিয়ে আগবঢ়োৱা অনুদান আৰু আবেদন প্ৰক্ৰিয়া সম্পৰ্কে জনাব মেডিনী চুব্বুয়ে। - ৱিকি আড্ডা- য'ত যিকোনো সদস্যই ইচ্ছা বা আগ্ৰহ অনুসৰি ভাগ ল'ব পাৰিব। - এইবাৰ নিমন্ত্ৰিত অতিথি অঞ্জল বৰাই অসমীয়া ৱিকিৰ আদিকথা আৰু অভিজ্ঞতাৰ বিষয়ে বক্তব্য আগবঢ়াব।
এই সভাৰ বিষয়ে অধিক জানিবলৈ এই লিংক https://as.wikipedia.org/wiki/%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%AA%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE:%E0%A6%85%E0%A6%A8%E0%A6%B2%E0%A6%BE%E0%A6%87%E0%A6%A8_%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%B8%E0%A6%AD%E0%A6%BE/%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%AAত ক্লিক কৰক। সভাৰ সময় আৰু যোগ দিয়াৰ লিংক-
- *২৮-০১-২০২৪, দেওবাৰ* - সময়ঃ নিশা ০৮:০০-৯:০০ (ভাৰতীয় সময়)/ পুৱা ৮:৩০-৯:৩০ (কানাডাৰ মাউণ্টেইন সময়) /পুৱা ৯:৩০-১০:৩০ (আমেৰিকাৰ কেন্দ্ৰীয় সময়)
- মাধ্যমঃ জুম - লিংকঃ https://tarleton.zoom.us/j/3885878610
ধন্যবাদ, জলি ৰুমী অসমীয়া ৱিকিমিডিয়া সমাজ
Dear fellow wikimedians,
I hope to see you all at the first online Wiki meet of the New Year on Sunday, January 28th. This month's highlights:
- Medini Subbu will explain the grant opportunities and application process offered by the Center for Internet and Society for the promotion of wiki projects at educational institutions. - The very first edition of Wiki adda - where any member can participate according to their wishes or interests. - Guest speaker Anjal Bora will shed light on the early years of Assamese wikipedia and his experience so far.
More details on this meeting is available here https://as.wikipedia.org/wiki/%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%AA%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE:%E0%A6%85%E0%A6%A8%E0%A6%B2%E0%A6%BE%E0%A6%87%E0%A6%A8_%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%B8%E0%A6%AD%E0%A6%BE/%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%AA .
*Meeting times and links to join:*
- Date: 28-01-2024, Sunday - Time: 08:00-9:00 pm (Indian time)/ 8:30am-9:30am (Canadian Mountain Time)/ 9:30am-10:30am (US Central Time) - Link: https://tarleton.zoom.us/j/3885878610
Looking forward,
Regards, Joli Rumi Assamese Wikimedia community
wikipedia-as@lists.wikimedia.org