প্ৰিয় ৱিকি সতীৰ্থ,

অহা ২৮ জানুৱাৰী, দেওবাৰে নতুন বছৰৰ প্ৰথমখন অনলাইন ৱিকিসভাত আপোনালোক সকলোকে লগ পাম বুলি আশা কৰিছোঁ। এইমাহৰ বিশেষ আকৰ্ষণ: 
এই সভাৰ বিষয়ে অধিক জানিবলৈ এই লিংকত ক্লিক কৰক। সভাৰ সময় আৰু যোগ দিয়াৰ লিংক-
  • ২৮-০১-২০২৪, দেওবাৰ
  • সময়ঃ নিশা ০৮:০০-৯:০০ (ভাৰতীয় সময়)/ পুৱা ৮:৩০-৯:৩০ (কানাডাৰ মাউণ্টেইন সময়) /পুৱা ৯:৩০-১০:৩০ (আমেৰিকাৰ কেন্দ্ৰীয় সময়)

ধন্যবাদ,
জলি ৰুমী
অসমীয়া ৱিকিমিডিয়া সমাজ

Dear fellow wikimedians,

I hope to see you all at the first online Wiki meet of the New Year on Sunday, January 28th. This month's highlights:
More details on this meeting is available here

Meeting times and links to join:

Looking forward,

Regards,
Joli Rumi
Assamese Wikimedia community