বন্ধুসকল, "অসমীয়া ৱিকিপিডিয়া সমাজ" আৰু "অসমীয়াত কথা-বতৰা" গোটৰ কিছু সংখ্যক সদস্যই মিলি অসমীয়া প্ৰশাসনীয় পৰিভাষাক ইউনিক'ডত লিপিবদ্ধ কৰি সকলোৱে সহজে পোৱাকৈ উলিয়াই দিছে। অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ লিখোঁতেও সহায়ক হ'ব পৰা পৰিভাষাখনৰ বাবে এই লিংক http://poribhasha.bhuruka.org/ পৰিদৰ্শন কৰক। বৰ্তমান অৰ্থনীতি বিজ্ঞানৰ পৰিভাষা প্ৰস্তুতকৰণৰ কাম চলি আছে। ধন্যবাদ।
wikipedia-as@lists.wikimedia.org