বন্ধুসকল, "অসমীয়া ৱিকিপিডিয়া সমাজ" আৰু "অসমীয়াত কথা-বতৰা" গোটৰ কিছু
সংখ্যক
সদস্যই মিলি অসমীয়া প্ৰশাসনীয় পৰিভাষাক ইউনিক'ডত লিপিবদ্ধ কৰি সকলোৱে সহজে
পোৱাকৈ উলিয়াই দিছে। অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ লিখোঁতেও সহায়ক হ'ব পৰা
পৰিভাষাখনৰ বাবে এই লিংক <http://poribhasha.bhuruka.org/> পৰিদৰ্শন কৰক।
বৰ্তমান অৰ্থনীতি বিজ্ঞানৰ পৰিভাষা প্ৰস্তুতকৰণৰ কাম চলি আছে। ধন্যবাদ।
--
*~~ গীতাৰ্থ বৰদলৈ (Gitartha Bordoloi)
*