বন্ধুসকল, ৰাইজৰ চ'ৰাত হোৱা আলোচনাৰ সিদ্ধান্তমৰ্মে ইংৰাজী শিৰোনামাসমূহ অসমীয়া প্ৰবন্ধলৈ পুনৰ্নিৰ্দেশ কৰা কাম আৰম্ভ কৰা হৈছে। আলোচনাখিনি তলৰ লিংকটোত পাব। http://as.wikipedia.org/wiki/%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%AA%E...
ইংৰাজী শিৰোনামা অসমীয়ালৈ পুনৰ্নিৰ্দেশ কেনেকৈ কৰে সৰুকৈ অকন লিখি কোনোবাই এটা মেইল দিলে ভাল হয় ।
Regards JyotiPrakash Nath SSL-Guwahati +919864917706
From: gitartha bordoloi gitartha.bordoloi@gmail.com To: wikipedia-as wikipedia-as@lists.wikimedia.org Sent: Saturday, 18 February 2012 4:22 PM Subject: [Wikipedia-AS] ইংৰাজী নামৰ পুনৰ্নিৰ্দেশনা
বন্ধুসকল, ৰাইজৰ চ'ৰাত হোৱা আলোচনাৰ সিদ্ধান্তমৰ্মে ইংৰাজী শিৰোনামাসমূহ অসমীয়া প্ৰবন্ধলৈ পুনৰ্নিৰ্দেশ কৰা কাম আৰম্ভ কৰা হৈছে। আলোচনাখিনি তলৰ লিংকটোত পাব। http://as.wikipedia.org/wiki/%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%AA%E... -- ~~ গীতাৰ্থ বৰদলৈ (Gitartha Bordoloi)
Wikipedia-AS mailing list Wikipedia-AS@lists.wikimedia.org https://lists.wikimedia.org/mailman/listinfo/wikipedia-as
wikipedia-as@lists.wikimedia.org