ইংৰাজী শিৰোনামা অসমীয়ালৈ পুনৰ্নিৰ্দেশ কেনেকৈ কৰে সৰুকৈ অকন লিখি কোনোবাই এটা মেইল দিলে ভাল
হয় ।
Regards
JyotiPrakash Nath
SSL-Guwahati
+919864917706
________________________________
From: gitartha bordoloi <gitartha.bordoloi(a)gmail.com>
To: wikipedia-as <wikipedia-as(a)lists.wikimedia.org>
Sent: Saturday, 18 February 2012 4:22 PM
Subject: [Wikipedia-AS] ইংৰাজী নামৰ পুনৰ্নিৰ্দেশনা
বন্ধুসকল, ৰাইজৰ চ'ৰাত হোৱা আলোচনাৰ সিদ্ধান্তমৰ্মে ইংৰাজী শিৰোনামাসমূহ অসমীয়া প্ৰবন্ধলৈ
পুনৰ্নিৰ্দেশ কৰা কাম আৰম্ভ কৰা হৈছে। আলোচনাখিনি তলৰ লিংকটোত পাব।
http://as.wikipedia.org/wiki/%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%AA%…
--
~~ গীতাৰ্থ বৰদলৈ (Gitartha Bordoloi)
_______________________________________________
Wikipedia-AS mailing list
Wikipedia-AS(a)lists.wikimedia.org
https://lists.wikimedia.org/mailman/listinfo/wikipedia-as