অনিমেষলৈ আন্তৰিক অভিনন্দন জনাইছোঁ৷ আশাকৰোঁ, তুমি আগলৈও অসমীয়া ৱিকিপিডিয়ালৈ
এনেদৰেই অৱদান আগবঢ়াই যাবা৷
জলি বৰা
Ms. Joli Borah
National Centre for Biological Sciences
Tata Institute of Fundamental Research
GKVK, Bellary Road,
Bangalore 560065, India
2014-02-02 Gitartha Bordoloi <gitartha.bordoloi(a)gmail.com>om>:
বন্ধুসকল,
বিগত জানুৱাৰী মাহত অসমীয়া ৱিকিপিডিয়াৰ সদস্যসকলে কৰা সম্পাদনা আৰু সেইবোৰৰ
গুৰুত্বলৈ চাই তিতাবৰ, যোৰহাট নিবাসী অনিমেষ বৰাক (Animesh
Borah<https://www.facebook.com/animesh04>)
(সদস্য:Ani ttbr) "এই মাহৰ ৱিকিপিডিয়ান" বঁটা প্ৰদান কৰা হৈছে। ২০১২ চনৰ ৬
জুনৰ পৰা অসমীয়া ৱিকিপিডিয়াৰ লগত জড়িত হৈ থকা NERIST-ৰ ছাত্ৰ অনিমেষ বৰাই
ইতিমধ্যে ২৫৫টা প্ৰবন্ধৰ সৃষ্টি কৰিছে আৰু ৫৬৬৯টা সৰু-বৰ সম্পাদনা কৰিছে।
তেওঁক সকলো সদস্যৰ হৈ অভিনন্দন জনালোঁ আৰু তেওঁৰ সুন্দৰ ভৱিষ্যত কামনা কৰিলোঁ।
Dear all,
Taking into account the no. of contributions to Assamese wikipedia in a
month and their importance, *Animesh Bora (User:**Ani ttbr)* has been
awarded "The wikipedian of the month" barnstar for the month of January.
Animesh, a student of NERIST (Nirjuli) and an wikipedian since 6th June
2012, has created 255 articles in Assamese wikipedia and done 5669 edits.
Congratulations!
--
*~~ গীতাৰ্থ বৰদলৈ (Gitartha Bordoloi)*
_______________________________________________
Wikipedia-AS mailing list
Wikipedia-AS(a)lists.wikimedia.org
https://lists.wikimedia.org/mailman/listinfo/wikipedia-as