বন্ধুসকল,
বিগত জানুৱাৰী মাহত অসমীয়া ৱিকিপিডিয়াৰ সদস্যসকলে কৰা সম্পাদনা আৰু সেইবোৰৰ গুৰুত্বলৈ চাই তিতাবৰ, যোৰহাট নিবাসী অনিমেষ বৰাক (Animesh Borah) (সদস্য:Ani ttbr) "এই মাহৰ ৱিকিপিডিয়ান" বঁটা প্ৰদান কৰা হৈছে। ২০১২ চনৰ ৬ জুনৰ পৰা অসমীয়া ৱিকিপিডিয়াৰ লগত জড়িত হৈ থকা NERIST-ৰ ছাত্ৰ অনিমেষ বৰাই ইতিমধ্যে ২৫৫টা প্ৰবন্ধৰ সৃষ্টি কৰিছে আৰু ৫৬৬৯টা সৰু-বৰ সম্পাদনা কৰিছে। তেওঁক সকলো সদস্যৰ হৈ অভিনন্দন জনালোঁ আৰু তেওঁৰ সুন্দৰ ভৱিষ্যত কামনা কৰিলোঁ।

Dear all,
Taking into account the no. of contributions to Assamese wikipedia in a month and their importance, Animesh Bora (User:Ani ttbr) has been awarded "The wikipedian of the month" barnstar for the month of January. Animesh, a student of NERIST (Nirjuli) and an wikipedian since 6th June 2012, has created 255 articles in Assamese wikipedia and done 5669 edits. Congratulations!
--
~~ গীতাৰ্থ বৰদলৈ (Gitartha Bordoloi)