বন্ধুসকল, বিগত জানুৱাৰী মাহত অসমীয়া ৱিকিপিডিয়াৰ সদস্যসকলে কৰা সম্পাদনা আৰু সেইবোৰৰ গুৰুত্বলৈ চাই তিতাবৰ, যোৰহাট নিবাসী অনিমেষ বৰাক (Animesh Borahhttps://www.facebook.com/animesh04) (সদস্য:Ani ttbr) "এই মাহৰ ৱিকিপিডিয়ান" বঁটা প্ৰদান কৰা হৈছে। ২০১২ চনৰ ৬ জুনৰ পৰা অসমীয়া ৱিকিপিডিয়াৰ লগত জড়িত হৈ থকা NERIST-ৰ ছাত্ৰ অনিমেষ বৰাই ইতিমধ্যে ২৫৫টা প্ৰবন্ধৰ সৃষ্টি কৰিছে আৰু ৫৬৬৯টা সৰু-বৰ সম্পাদনা কৰিছে। তেওঁক সকলো সদস্যৰ হৈ অভিনন্দন জনালোঁ আৰু তেওঁৰ সুন্দৰ ভৱিষ্যত কামনা কৰিলোঁ।
Dear all, Taking into account the no. of contributions to Assamese wikipedia in a month and their importance, *Animesh Bora (User:**Ani ttbr)* has been awarded "The wikipedian of the month" barnstar for the month of January. Animesh, a student of NERIST (Nirjuli) and an wikipedian since 6th June 2012, has created 255 articles in Assamese wikipedia and done 5669 edits. Congratulations!
অনিমেষলৈ আন্তৰিক অভিনন্দন জনাইছোঁ৷ আশাকৰোঁ, তুমি আগলৈও অসমীয়া ৱিকিপিডিয়ালৈ এনেদৰেই অৱদান আগবঢ়াই যাবা৷
জলি বৰা
Ms. Joli Borah
National Centre for Biological Sciences Tata Institute of Fundamental Research GKVK, Bellary Road, Bangalore 560065, India
2014-02-02 Gitartha Bordoloi gitartha.bordoloi@gmail.com:
বন্ধুসকল, বিগত জানুৱাৰী মাহত অসমীয়া ৱিকিপিডিয়াৰ সদস্যসকলে কৰা সম্পাদনা আৰু সেইবোৰৰ গুৰুত্বলৈ চাই তিতাবৰ, যোৰহাট নিবাসী অনিমেষ বৰাক (Animesh Borahhttps://www.facebook.com/animesh04) (সদস্য:Ani ttbr) "এই মাহৰ ৱিকিপিডিয়ান" বঁটা প্ৰদান কৰা হৈছে। ২০১২ চনৰ ৬ জুনৰ পৰা অসমীয়া ৱিকিপিডিয়াৰ লগত জড়িত হৈ থকা NERIST-ৰ ছাত্ৰ অনিমেষ বৰাই ইতিমধ্যে ২৫৫টা প্ৰবন্ধৰ সৃষ্টি কৰিছে আৰু ৫৬৬৯টা সৰু-বৰ সম্পাদনা কৰিছে। তেওঁক সকলো সদস্যৰ হৈ অভিনন্দন জনালোঁ আৰু তেওঁৰ সুন্দৰ ভৱিষ্যত কামনা কৰিলোঁ।
Dear all, Taking into account the no. of contributions to Assamese wikipedia in a month and their importance, *Animesh Bora (User:**Ani ttbr)* has been awarded "The wikipedian of the month" barnstar for the month of January. Animesh, a student of NERIST (Nirjuli) and an wikipedian since 6th June 2012, has created 255 articles in Assamese wikipedia and done 5669 edits. Congratulations! --
*~~ গীতাৰ্থ বৰদলৈ (Gitartha Bordoloi)*
Wikipedia-AS mailing list Wikipedia-AS@lists.wikimedia.org https://lists.wikimedia.org/mailman/listinfo/wikipedia-as
অভিনন্দন অনিমেষ। অসমীয়া ৱিকিলৈ তোমাৰ অৱদান অতুলনীয়।
প্ৰণৱ

অভিনন্দন অনিমেষ। সুন্দৰ ভৱিষ্যত কামনা কৰিলোঁ।
....ৰিহান
On 2/3/14, Pranab Jyoti Bhuyan pranabnlp@gmail.com wrote:

wikipedia-as@lists.wikimedia.org