প্ৰিয় ৱিকি সতীৰ্থ,
অহা ২৫ ফেব্ৰুৱাৰী, দেওবাৰে নতুন বছৰৰ প্ৰথমখন অনলাইন ৱিকিসভাত আপোনালোক
সকলোকে লগ পাম বুলি আশা কৰিছোঁ। এইমাহৰ বিশেষ আকৰ্ষণ:
- ৱিকি আড্ডা- য'ত যিকোনো সদস্যই ইচ্ছা বা আগ্ৰহ অনুসৰি ভাগ ল'ব পাৰিব।
- এইবাৰ নিমন্ত্ৰিত অতিথি অঞ্জল বৰাই অসমীয়া ৱিকিৰ আদিকথা আৰু অভিজ্ঞতাৰ
বিষয়ে বক্তব্য আগবঢ়াব।
এই সভাৰ বিষয়ে অধিক জানিবলৈ এই লিংক
<https://as.wikipedia.org/wiki/%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%AA%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE:%E0%A6%85%E0%A6%A8%E0%A6%B2%E0%A6%BE%E0%A6%87%E0%A6%A8_%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%B8%E0%A6%AD%E0%A6%BE/%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%AA>ত
ক্লিক কৰক। সভাৰ সময় আৰু যোগ দিয়াৰ লিংক-
- *২৫-০২-২০২৪, দেওবাৰ*
- সময়ঃ নিশা ০৮:০০-৯:০০ (ভাৰতীয় সময়)/ পুৱা ৮:৩০-৯:৩০ (কানাডাৰ
মাউণ্টেইন সময়) /পুৱা ৯:৩০-১০:৩০ (আমেৰিকাৰ কেন্দ্ৰীয় সময়)
- মাধ্যমঃ জুম
- লিংকঃ
https://tarleton.zoom.us/j/3885878610
ধন্যবাদ,
জলি ৰুমী
অসমীয়া ৱিকিমিডিয়া সমাজ
Dear fellow wikimedians,
I hope to see you all at the first online Wiki meet of the New Year on
Sunday, February 25th. This month's highlights:
- The very first edition of Wiki adda - where any member can participate
according to their wishes or interests.
- Guest speaker Anjal Bora will shed light on the early years of
Assamese wikipedia and his experience so far.
More details on this meeting is available here
<https://as.wikipedia.org/wiki/%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%AA%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE:%E0%A6%85%E0%A6%A8%E0%A6%B2%E0%A6%BE%E0%A6%87%E0%A6%A8_%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%B8%E0%A6%AD%E0%A6%BE/%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%AA>
.
*Meeting times and links to join:*
- Date: 25-02-2024, Sunday
- Time: 08:00-9:00 pm (Indian time)/ 8:30am-9:30am (Canadian Mountain
Time)/ 9:30am-10:30am (US Central Time)
- Link:
https://tarleton.zoom.us/j/3885878610
Looking forward,
Regards,
Joli Rumi
Assamese Wikimedia community