বন্ধুসকল, অহা ১০ জুন তাৰিখে গুৱাহাটীত হ'বলগীয়া অসমীয়াৰ ৱিকিপিডিয়াৰ
বৰ্ষপূৰ্তি অনুষ্ঠানৰ কাৰ্যসূচীৰ ইংৰাজী অনুবাদ আমাৰ অনা-অসমীয়া
শুভাকাঙ্খীসকলৰ জ্ঞাতাৰ্থে ইয়াত দিলোঁ।
http://as.wikipedia.org/wiki/%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%AA%…
--
*~~ গীতাৰ্থ বৰদলৈ (Gitartha Bordoloi)
*