বন্ধুসকল, CIS-A2K সংস্থাৰ উদ্যোগত অহা ১১ আৰু ১২ মে' তাৰিখে (শনিবাৰ, দেওবাৰ) প্ৰথম অসমীয়া ৱিকিউৎস কৰ্মশালা অনুষ্ঠিত হ'ব। এই কৰ্মশালা দুই দিনীয়া আবাসিক প্ৰশিক্ষণ অনুষ্ঠানৰ ৰূপত হ'ব। কৰ্মশালাৰ সবিশেষ এই মেটা ৱিকি লিংকত https://meta.wikimedia.org/wiki/Assamese_Wikisource_Workshop,_Guwahati পাব। যোগদান কৰিব বিচৰাসকলে অনুগ্ৰহ কৰি লগিনৰ পাছত শেষ পৰিচ্ছেদটোত চাৰিডাল টাইল্ড (~~~~) টিপি নিজৰ স্বাক্ষৰ কৰিব। ধন্যবাদেৰে