lists.wikimedia.org
Sign In
Sign Up
Sign In
Sign Up
Manage this list
×
Keyboard Shortcuts
Thread View
j
: Next unread message
k
: Previous unread message
j a
: Jump to all threads
j l
: Jump to MailingList overview
2023
March
February
January
2022
December
November
October
September
August
July
June
May
April
March
February
January
2021
December
November
October
September
August
July
June
May
April
March
February
January
2020
December
November
October
September
August
July
June
May
April
March
February
January
2019
December
November
October
September
August
July
June
May
April
March
February
January
2018
December
November
October
September
August
July
June
May
April
March
February
January
2017
December
November
October
September
August
July
June
May
April
March
February
January
2016
December
November
October
September
August
July
June
May
April
March
February
January
2015
December
November
October
September
August
July
June
May
April
March
February
January
2014
December
November
October
September
August
July
June
May
April
March
February
January
2013
December
November
October
September
August
July
June
May
April
March
February
January
2012
December
November
October
September
August
July
June
May
April
March
February
January
2011
December
List overview
Download
Wikipedia-AS
February 2012
----- 2023 -----
March 2023
February 2023
January 2023
----- 2022 -----
December 2022
November 2022
October 2022
September 2022
August 2022
July 2022
June 2022
May 2022
April 2022
March 2022
February 2022
January 2022
----- 2021 -----
December 2021
November 2021
October 2021
September 2021
August 2021
July 2021
June 2021
May 2021
April 2021
March 2021
February 2021
January 2021
----- 2020 -----
December 2020
November 2020
October 2020
September 2020
August 2020
July 2020
June 2020
May 2020
April 2020
March 2020
February 2020
January 2020
----- 2019 -----
December 2019
November 2019
October 2019
September 2019
August 2019
July 2019
June 2019
May 2019
April 2019
March 2019
February 2019
January 2019
----- 2018 -----
December 2018
November 2018
October 2018
September 2018
August 2018
July 2018
June 2018
May 2018
April 2018
March 2018
February 2018
January 2018
----- 2017 -----
December 2017
November 2017
October 2017
September 2017
August 2017
July 2017
June 2017
May 2017
April 2017
March 2017
February 2017
January 2017
----- 2016 -----
December 2016
November 2016
October 2016
September 2016
August 2016
July 2016
June 2016
May 2016
April 2016
March 2016
February 2016
January 2016
----- 2015 -----
December 2015
November 2015
October 2015
September 2015
August 2015
July 2015
June 2015
May 2015
April 2015
March 2015
February 2015
January 2015
----- 2014 -----
December 2014
November 2014
October 2014
September 2014
August 2014
July 2014
June 2014
May 2014
April 2014
March 2014
February 2014
January 2014
----- 2013 -----
December 2013
November 2013
October 2013
September 2013
August 2013
July 2013
June 2013
May 2013
April 2013
March 2013
February 2013
January 2013
----- 2012 -----
December 2012
November 2012
October 2012
September 2012
August 2012
July 2012
June 2012
May 2012
April 2012
March 2012
February 2012
January 2012
----- 2011 -----
December 2011
wikipedia-as@lists.wikimedia.org
14 participants
22 discussions
Start a n
N
ew thread
Minutes of the Wikipedia Meetup at Tezpur University, Tezpur on 01-02-2011
by Bishnu Saikia
ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অসমীয়া ৱিকি প্ৰকল্পৰ অধীনত অনুষ্ঠিত কৰা দ্বিতীয় অসমীয়া ৱিকিপিডিয়া সন্মিলনৰ মূহুৰ্তসমূহ (প্ৰথম বাৰ্ষিক তেজপুৰ ৱিকিপিডিয়া সন্মিলন) স্থান: তেজপুৰ বিশ্ববিদ্যালয়, তেজপুৰ, অসম, কম্পিউটাৰ বিভাগৰ সন্মিলন কক্ষ তাং : ১ ফেব্ৰুৱাৰী, ২০১১ সময়: ৰাতিপূৱা ১১.০০ বজা ------------------------------ 1. তেজপুৰ বিশ্ববিদ্যালয়ৰ পূৰ্বপৰিকল্পিত ৱিকিপেডিয়াৰ সন্মিলন তথা কৰ্মশালাখনি নিৰ্দ্ধাৰিত সময়তকৈ আধা ঘণ্টা পলমকৈ অনুষ্ঠিত হয় আৰু উপস্থিত দৰ্শকসকলক আদৰণী জনাই নিৰ্দিষ্ট আসনসমূহত বহিবলৈ দিয়া হয়। 2. সভাৰ আৰম্ভনীতেই ৱিকিপিডিয়ান তথা সন্মিলনখনৰ আহ্বায়ক শ্ৰী দিপাংকৰ চেতিয়াই সভাৰ উদ্দেশ্য বাখ্যা কৰি সভাৰ আৰম্ভনি কৰে। 3. দিপাংকৰ চেতিয়াৰ অনুৰোধমৰ্মে কম্পিউটাৰ বিভাগৰ মুৰব্বী মহাশয়ে উপস্থিত ৰাইজক সম্বোধন কৰে আৰু লগতে ৱিকিপিডিয়া সন্মিলনৰ আহ্বায়কসকলৰ প্ৰ্চেষ্ঠাৰ শলাগ লৈ ভৱিষ্যতলৈও এনে ধৰণৰ সন্মিলন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰুপ কৰে। 4. সভাত উপস্থিত সকলে নিজৰ নিজৰ চিনাকী দিয়ে। ইয়াৰে ভিতৰত অধিকাংশ উপস্থিত লোকেই নবাগত আছিল। 5. চিজু এলেক্সক জাপি, শৰাই আৰু গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। 6. কম্পিউটাৰ বিভাগৰ মুৰব্বী মহাশয়ক গামোছাৰে সম্বৰ্ধনা জ্ঞাপন । 7. উপস্থিত সকলো সদস্যৰ মাজত FAQ booklet বিতৰন কৰা হয়। 8. দিপাংকৰ চেতিয়াই উপস্থিত ৰাইজক অসমীয়া ৱিকিপিডিয়াৰ লগত চিনাকী কৰাই দিয়ে। ইয়াৰ পিছত ৱিকি প্ৰকল্প সমূহৰ আভাস আৰু লগতে শ্লাইড প্ৰদৰ্শন লগতে বিগত বছৰৰ ৱিকিমিডিয়া সন্মিলনৰ শ্লাইড প্ৰদৰ্শন কৰে। 9. বিশিষ্ট অতিথি, চিজু এলেক্সে উপস্থিত সকলক উদ্দেশ্য তেখেতৰ চমু বক্তৃতা প্ৰদান কৰে। তেখেতে চমুৱাই ইণ্ডিক ৱিকিসমূহৰ বিষয়ে কোৱাৰ লগতে ভাৰতীয় ৱিকিপিডিয়াবোৰৰ তথ্য সন্নিবিষ্ট এখন প্ৰেছেণ্টেশ্যন পদৰ্শন কৰে। 10. পৰৱৰ্তী সময়ত সন্মিলনখনৰ এজন আহ্বায়ক তথা ৱিকিপিডিয়াৰ সক্ৰিয় সদস্য শ্ৰী বিষ্ণু শইকীয়াই প্ৰথমে ৱিকিপিডিয়া থকা মূল প্ৰবন্ধৰ প্ৰকাৰসমূহ আৰু পাছত পঢ়ুৱৈৰ দ্বাৰা পূৰ্বলিখিত বিষয়বস্তুৰ সন্ধান আৰু নতুন প্ৰবন্ধ সৃষ্টি কৰাৰ উদাহৰণ আৰু অতি চমুৱাই ইয়াৰ সজ্জা সম্পৰ্কে এটা জনাবলৈ এটা প্ৰবন্ধ প্ৰস্তুত কৰি দেখুৱাই। পাছত উপস্থিত এজনৰ দ্বাৰা লগতে ৱিকিপিডিয়াত এটা নতুন একাউণ্ট কিদৰে খোলা হয় সেই সম্পৰ্কেও আলোকপাত কৰে। 11. ইয়াৰ পাছত প্ৰশ্ন-উত্তৰ শিতান অনুষ্ঠিত হয়। ইয়াত উপস্থিত দুজনমানে প্ৰবন্ধ লিখন সজ্জা আৰু সাঁচ সম্পৰ্কীয় দুটামান প্ৰশ্নৰ অৱতাৰনা কৰে আৰু যথাযথভাৱে ইয়াৰ উত্তৰ সমূহ দিয়া হয়। 12. আমন্ত্ৰিত শ্ৰী পল্লৱ প্ৰাণ গোস্বামীয়ে ইউনিক'ডত অসমীয়া লিখাৰ গুৰুত্ব আৰু লগতে থুলমুলকৈ বাৰাহা, অভ্ৰ, ইণ্ডিক ইন্পুট আদিৰে অসমীয়া লিপি কিদৰে লিখিব পাৰে, সেই সম্পৰ্কে এটা চমু বক্তৄতা আগবঢ়াই। 13. আন এজন ৱিকিপিডিয়ান শ্ৰী দ্বিজেন মহন্তই তেখেতৰ কম্পিউটাৰত প্ৰথম অসমীয়া লিখাৰ তথা ৱিকিপিডিয়াত প্ৰথম প্ৰবন্ধ লিখাৰ অভিজ্ঞতাৰ বিষয়ে চমু বক্তৱ্য তুলি ধৰে। 14. ইয়াৰ পাছত সভাৰ কাৰ্যক্ৰম শেষ হোৱাত দিপাংকৰ চেতিয়াই সভাভংগ ঘোষনা কৰে আৰু উপস্থিতসকলক চাহ মিঠাইৰে আপ্যায়ন কৰিবলৈ অনুৰোধ জনায়। 15. সভাৰ শেষত পুণৰ কেইগৰাকীমান নবাগত ৱিকিপিডিয়ানৰ আগ্ৰহক্ৰমে সাধাৰণ দৃষ্টিত জটিল যেন লগা কিছুমান বিষয় যেনে সাঁচ, সমল আদিৰ বিষয়ে প্ৰশিক্ষণ দিয়া হয়। লগতে অসমীয়া ৱিকিপিডিয়াৰ বৰ্তমানৰ সমস্যাসমূহ আৰু জনপ্ৰিয়তা বৃদ্ধিৰ বাবে ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কে আলোচনা কৰা হয়। চিজু এলেক্সে ভৱিষ্যতেও এনে সন্মিলন নিয়মিত ভাৱে অনুষ্ঠিত কৰাৰ আৰু পৰৱৰ্তী সময়ত সাধাৰণ লোকসকলৰ মাজতো এই বিষয়ক সজাগতা শিবিৰ পতাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে।
11 years, 1 month
2
1
0
0
Assamese numerals
by W Chaipau
I have submitted a bug to correct the English numbers that appear on Assamese Wikipedia.
https://bugzilla.wikimedia.org/show_bug.cgi?id=34174
If there are issues, please let us know! -- Chaipau Wikipedia
11 years, 1 month
1
0
0
0
← Newer
1
2
3
Older →
Jump to page:
1
2
3
Results per page:
10
25
50
100
200