[Wikipedia-AS] Wikipedia-AS লিষ্টৰ তথ্যসুৰক্ষা

Prabhakar Sarma Neog psneog at gmail.com
Fri Dec 23 11:45:55 UTC 2011


বন্ধুসকল, Wikipedia-AS নামৰ আমি অলপতে খোলা মেইলিং লিষ্টখন এতিয়াও আমি
পৰীক্ষামূলক ভাবেহে চলাই আছোঁ। তদুপৰি, লিষ্টখনৰ তথ্যৰ সুৰক্ষা সম্পৰ্কে মোৰ
মনত দুটামান সন্দেহ জাগিছে। গতিকে অনুগ্রহ কৰি ইয়াক পৰীক্ষা-নিৰীক্ষাৰ বাহিৰে
অন্য কামত ব্যবহাৰ নকৰেযেন।

Gitartha Bordoloi: তুমি অনুগ্রহ কৰি লিষ্টখনত মানুহে প'ষ্ট কৰিব নোৱাৰা কৰি
দিবানেকি? মোৰ কম্পিউটাৰটোৱে অলপ অসুবিধা দি আছে, মই ভালকৈ ব্যবহাৰ কৰিব পৰা
নাই। মই অচিৰেই এই বিষয়ত ভালদৰে অনুসন্ধান কৰি আপোনালোকক জনাম। তেতিয়ালৈকে
সামান্য ধৈৰ্য্য ধৰি থাকক।
-------------- next part --------------
An HTML attachment was scrubbed...
URL: http://lists.wikimedia.org/pipermail/wikipedia-as/attachments/20111223/451076e6/attachment.htm 


More information about the Wikipedia-AS mailing list