*Friends, A2K program (formerly Wikimedia India chapter) member Subhashish
Panigrahi will be visiting Dibrugarh town on 11th and 12th March. So a
meeting has been organized by Society for Language Technology Development,
Assam (SLTD,Assam) <http://www.sltdassam.com/> at Dibrugarh University on
11th March at 6:30 pm to discuss about creating resource for the Assamese
community like digitized books etc. All wikipedians and interested persons
present in and around Dibrugarh are hereby requested to attend the meeting
and help making Assamese wikipedia and Assamese wikisource projects bigger
and better. Thank you.
বন্ধুসকল, অহা ১১ আৰু ১২ মাৰ্চ তাৰিখে A2K প্ৰ'গ্ৰেম (পূৰ্বে ৱিকিমিডিয়া ভাৰত
শাখা)ৰ সদস্য শুভাশিস পাণিগ্ৰহী ডিব্ৰুগড় নগৰত উপস্থিত থাকিব। সেই উপলক্ষে ১১
মাৰ্চৰ সন্ধিয়া ৬:৩০ বজাত ভাষা প্ৰযুক্তি বিকাশ পৰিষদ,
অসম<http://www.sltdassam.com/>ৰ
উদ্যোগত এখনি সভাৰ আয়োজন কৰা হৈছে। এই সভাত অসমীয়া সমাজৰ বাবে ডিজিটেল কিতাপৰ
ভঁৰাল তৈয়াৰ কৰা আৰু অন্যান্য কথা আলোচনা কৰা হ'ব। ডিব্ৰুগড় আৰু ইয়াৰ
ওচৰে-পাজৰে থকা সকলো ৱিকিপিডিয়ান বা আগ্ৰহী ব্যক্তিক এই সভাত যোগদান কৰিবলৈ
অনুৰোধ জনোৱা হ'ল। ধন্যবাদ।*
--
*~~ গীতাৰ্থ বৰদলৈ (Gitartha Bordoloi)
*