প্ৰিয় ৱিকিপেডিয়ন্,
প্ৰথমে ৱিকি নমস্কাৰ গ্ৰহণ কৰিব , আপোনাক জনাবলৈ পাই সুখী হৈছো
যে অহা 29 জানুৱাৰী দেওঁবাৰে গুৱাহাটীত প্ৰথম খন ৱিকি মিটআপৰ আহ্বান কৰা
হৈছে ।
স্থান : কম্পিউটাৰ বিজ্ঞান বিভাগ্, গুৱাহাটী বিশ্ববিদ্যালয়
সময় : দিনৰ 2 বজাত
উক্ত দিনা আপোনাৰ উপস্থিতি কমনা কৰিলো । অনুগ্ৰহ কৰি তলৰ লিংকত গৈ আপোনাৰ মতামত দিয়ে
যেন------
http://as.wikipedia.org/wiki/%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%AA%…
লগতে আৰু জনাও যে গুৱাহাটীৰ লগতে সংগতি ৰাখি তেজপুৰতো আন এখনি ৱিকিমিটআপৰ আহ্বান কৰা হৈছে 1
ফেব্ৰুৱাৰী বুধবাৰে ।
স্থান : তেজপুৰ বিশ্ববিদ্যালয়
উক্ত দিনাও আপোনাৰ উপস্থিতি কমনা কৰিলো । অনুগ্ৰহ কৰি তলৰ লিংকত গৈ আপোনাৰ মতামত দিয়ে
যেন------
http://as.wikipedia.org/wiki/%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%AA%…
Regards
JyotiPrakash Nath
SSL-Guwahati
+919864917706