The Wikipedia Tezpur meetup is a get-together of wikipedians (contributors and users) to meet up, discuss, share experiences, reach out and advocate for wikipedia and wikimedia. The meetups are intended to be structured as follows —Introductions, a few focused talks by Wikipedians to share experience / expertise followed by demos and open discussions on topics of common interest.

Pre-Meeting discussions can be on the following link please.

English Wikipedia : http://en.wikipedia.org/wiki/Wikipedia:Meetup/Assam/Tezpur
-----------------------------------------------------------------------------

Shiju Alex (WMF) ডাঙৰীয়া পোনপ্ৰথমবাৰৰ বাবে তেজপুৰলৈ আহি আছে| গুৱাহাটীৰ মিটআপখন কৰি কাজিৰঙাত হাতীত উঠাৰ পণ কৰিছে| আমাৰো সেয়ে আগুৱাই যোৱাত সহায়ক হ’ব বুলি এই প্ৰস্থাৱটো উত্থাপন কৰিলোঁ| সকলোৱে জয়ধ্বনিৰে আদৰণি জনাই কামফেৰা সুকলমে কৰাই নিয়াত সহায় কৰে যেন| আপোনালোকৰ দিহা পৰামৰ্শ বাঞ্চনীয়। নিমোক্ত লিংঅকত আপোনাৰ মন্তৱ্য তথা পৰামৰ্শ আগবঢ়াই যেন|

অসমীয়া ৱিকিপিডিয়া:-
http://as.wikipedia.org/wiki/%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%AA%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE:Meetup/TEZ1