বন্ধুসকল, যোৱা ১৪ অক্টোবৰ দেওবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ সহযোগত এখন অসমীয়া ইউনিক'ড টাইপিং আৰু ৱিকিপিডিয়াৰ প্ৰবন্ধ লিখাৰ প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয়। উক্ত কৰ্মশালাত আঠজন গৱেষক ছাত্ৰ-ছাত্ৰীক জ্যোতিপ্ৰকাশ নাথ আৰু ধ্ৰুৱজ্যোতি শৰ্মাই প্ৰশিক্ষণ প্ৰদান কৰে। কৰ্মশালাৰ কিছুমান মূহুৰ্তৰ ছবি তলৰ লিংকত পাব।
Snapshots of Assamese wikipedia education project held in Guwahati University on 14th October 2012..
http://commons.wikimedia.org/wiki/Category:%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%AA%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B6%E0%A6%BF%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE_%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%95%E0%A6%B2%E0%A7%8D%E0%A6%AA_%E0%A7%A8%E0%A7%A6%E0%A7%A7%E0%A7%A8
--
~~ গীতাৰ্থ বৰদলৈ (Gitartha Bordoloi)