Dear Wikimedians,

Firstly I wish you all a very happy Rongali bihu in spite of the gloomy times. Today we are bringing out a pdf booklet containing the writings by Assamese Wikimedians about their experiences and expectations of Assamese Wikimedia projects. All these writings were published every now and then in our monthly newsletter Wikipatrika from 2015 to 2020. Kindly go through it and point out any deficiencies or scopes for improvement. Thank you.

Commons link: https://commons.wikimedia.org/wiki/File:Assamese_Wikimedians_speak.pdf

ৱিকিমিডিয়ানসকল,
কঠিন সময়ৰ মাজতে আপোনালোক সকলোকে ৰঙালী বিহুৰ ওলগ যাচিলোঁ। অসমীয়া ৱিকিমিডিয়ানসকলে তেওঁ‌লোকৰ অভিজ্ঞতাৰে লিখা "মনৰ কথা"ৰ এটা পি ডি এফ সংকলন আজি আগবঢ়াবলৈ পাই আনন্দিত হৈছোঁ‌। এই লেখাবোৰ আমাৰ প্ৰচাৰপত্ৰ ৱিকিপত্ৰিকাত ২০১৫ ৰ পৰা ২০২০ চনৰ এপ্ৰিললৈকে প্ৰকাশ পাইছিল। অনুগ্ৰহ কৰি ভুল-ভ্ৰান্তি আঙুলিয়াই দি ইয়াক কেনেকৈ উন্নত কৰিব পাৰিম সেয়া জনাব। ধন্যবাদ।

কমন্স লিংক: https://commons.wikimedia.org/wiki/File:Assamese_Wikimedians_speak.pdf


Regards

Gitartha Bordoloi