বন্ধুসকল,
ডিচেম্বৰ মাহত অসমীয়া ৱিকিপিডিয়াৰ সদস্যসকলে কৰা সম্পাদনা আৰু সেইবোৰৰ গুৰুত্বলৈ চাই ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বেংগালুৰুৰ গৱেষক ছাত্ৰ প্ৰণৱ জ্যোতি ভূঞাক (সদস্য:Pranabnlp) "এই মাহৰ ৱিকিপিডিয়ান" বঁটা প্ৰদান কৰা হৈছে। ২০১১ চনৰ ১ জুনৰ পৰাই অসমীয়া ৱিকিপিডিয়াৰ লগত জড়িত প্ৰণৱ জ্যোতি ভূঞাক সকলো সদস্যৰ হৈ অভিনন্দন জনালোঁ আৰু তেওঁৰ সুন্দৰ ভৱিষ্যত কামনা কৰিলোঁ।


Dear all,
Taking into account the no. of contributions to Assamese wikipedia in a month and their importance, Pranab Jyoti Bhuya (User:Pranabnlp) has been awarded "The wikipedian of the month" barnstar for the month of December. An wikipedian since 1st June 2011, Pranab is currently pursuing his PhD research in Indian Institute of Science, Bengaluru. Congratulations!

--
~~ গীতাৰ্থ বৰদলৈ (Gitartha Bordoloi)