সৰ্বপ্ৰথমে আপোনাক বিগত বৰ্ষত আগবঢ়োৱা প্ৰতিনিধিত্ব আৰু অৱদানৰ বাবে ধন্যবাদ তথা অভিনন্দন জনালোঁ৷ যোৱাটো বৰ্ষৰ দৰে এইবাৰো CIS-A2Kয়ে  ৱিকিউৎস অনলাইন মুদ্ৰণ সংশোধন প্ৰতিযোগিতা আগষ্ট ২০২১ আয়োজন কৰিছে৷ প্ৰতিযোগিতাৰ উদ্দেশ্য হৈছে স্বাধীনতা দিৱসৰ মুহূৰ্তত ভাৰতীয় ধ্ৰুপদী সাহিত্যৰে ডিজিটেল মঞ্চখন সমৃদ্ধ কৰা৷  

 আপোনাক কি লাগিব


আপোনাৰ বহুমূলীয়া সময়ৰ বাবে ধন্যবাদ৷ 
জয়ন্ত
ৱিকিউৎস কৰ্মসূচী বিষয়া, CIS-A2K