বন্ধুসকল, "অসমীয়া ৱিকিপিডিয়া সমাজ" আৰু "অসমীয়াত কথা-বতৰা" গোটৰ কিছু সংখ্যক সদস্যই মিলি অসমীয়া প্ৰশাসনীয় পৰিভাষাক ইউনিক'ডত লিপিবদ্ধ কৰি সকলোৱে সহজে পোৱাকৈ উলিয়াই দিছে। অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ লিখোঁতেও সহায়ক হ'ব পৰা পৰিভাষাখনৰ বাবে এই লিংক পৰিদৰ্শন কৰক। বৰ্তমান অৰ্থনীতি বিজ্ঞানৰ পৰিভাষা প্ৰস্তুতকৰণৰ কাম চলি আছে। ধন্যবাদ।
--
~~ গীতাৰ্থ বৰদলৈ (Gitartha Bordoloi)