প্ৰিয় ৱিকি সতীৰ্থ,

অহা ৩১ মাৰ্চ, দেওবাৰে অসমীয়া ৱিকি সমাজৰ মাৰ্চ মাহৰ অনলাইন ৱিকিসভাত আপোনালোক সকলোকে লগ পাম বুলি আশা কৰিছোঁ। এইমাহৰ বিশেষ আকৰ্ষণ: 
  • শিক্ষানুষ্ঠানত ৱিকিৰ প্ৰসাৰৰ বাবে চেণ্টাৰ ফৰ ইণ্টাৰনেট এণ্ড ছ'ছাইটিয়ে আগবঢ়োৱা অনুদান আৰু আবেদন প্ৰক্ৰিয়া সম্পৰ্কে জনাব মেডিনী চুব্বুয়ে।
  • ৱিকি আড্ডা- য'ত যিকোনো সদস্যই ইচ্ছা বা আগ্ৰহ অনুসৰি ভাগ ল'ব পাৰিব।
এই সভাৰ বিষয়ে অধিক জানিবলৈ এই লিংকত ক্লিক কৰক। সভাৰ সময় আৰু যোগ দিয়াৰ লিংক-

ধন্যবাদ,
জলি ৰুমী
অসমীয়া ৱিকিমিডিয়া সমাজ

Dear fellow wikimedians,

I hope to see you all at the March online Wiki meet on Sunday, March 31st. This month's highlights:
  • Medini Subbu will explain the grant opportunities and application process offered by the Center for Internet and Society for the promotion of wiki projects at educational institutions.
  • Wiki adda - where any member can participate according to their wishes or interests.
More details on this meeting is available here

Meeting times and links to join:

Looking forward,

Regards,
Joli Rumi
Assamese Wikimedia community