Friends, It's my great pleasure to announce that Assamese wikipedia completed 2000 articles on 13th January, 2012. The second thousand articles came out in just over a year (aswiki completed 1000 articles on 7 January, 2012). Congratulations to all the Assamese wikipedians who made it happen.

বন্ধুসকল, আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অসমীয়া ৱিকিপিডিয়াই যোৱা ১৩ জানুৱাৰী, ২০১৩ তাৰিখে ২০০০ প্ৰবন্ধ সম্পূৰ্ণ কৰিছে। দ্বিতীয় এহেজাৰটাৰ বাবে এবছৰতকৈ অলপহে বেছি সময় লাগিল (প্ৰথম ১০০০ প্ৰবন্ধ ৭ জানুৱাৰী, ২০১২ত সম্পূৰ্ণ হৈছিল)। সকলো অসমীয়া ৱিকিপিডিয়ানক ইয়াৰ দ্বাৰাই অভিনন্দন জনালোঁ।

--
~~ গীতাৰ্থ বৰদলৈ (Gitartha Bordoloi)